ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি চয়তানৰ কথা বিশ্বাস নকৰোঁ
চয়তানে লোকসকলৰ বিশ্বাস জন্মাব বিচাৰে যে সকলো সমস্যা যিহোৱাই আনে (ইয়ো ৮:৪)
আমি যিহোৱাৰ বিশ্বাসী হৈ আছোঁ নে নাই, তাৰ প্ৰতি যিহোৱাই ধ্যান নিদিয়ে বুলি আমি ভবাটো চয়তানে বিচাৰে (ইয়ো ৯:২০-২২; w১৫-HI ১০/১ ১০ ¶৩)
যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু চয়তানৰ কথা বিশ্বাস নকৰোঁ (ইয়ো ১০:১২; গীত ৩২:৭, ১০; w২১.১১ ৬ ¶১৪)
কৰি চাওক: কোনো সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়ত মন কৰক যে যিহোৱাই কি কি উপায়েৰে আপোনাক প্ৰকৃত প্ৰেম দেখুৱাইছে। তাৰ পাছত সেইবোৰ লিখি ৰাখক আৰু বাৰে বাৰে সেইবোৰ চাই থাকক।