অক্টোবৰ ২-৮
ইয়োব ১–৩
গীত ১৪১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ১:১০—মথি ২৭:৪৬ পদত যীচুৱে কোৱা কথাটো এই পদৰ পৰা আমি কেনেকৈ বুজিব পাৰোঁ? (w২১.০৪ ১১ ¶৯)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ৩:১-২৬ (শিক্ষা অধ্যায় ১২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ৯)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তেওঁক বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ২০)
ভাষণ: (৫ মি.) w২২.০১ ১১-১২ ¶১১-১৪—বিষয়: যাকোবৰ দৰে ভাল শিক্ষক হওক—আনৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক আৰু নম্ৰ হওক। (শিক্ষা অধ্যায় ১৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মই সকলোবোৰ ঠিকেই কৰি আছোঁ বুলি ভাবিছিলোঁ: (১০ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: ভাই ৱৰ্ডবেলে যিহোৱাৰ সেৱা কৰিবলৈ আগৰে পৰা বহুতো কাম কৰি আছে বুলি তেওঁক কিয় লাগিছিল?
মথি ৬:৩৩ পদটো মনন কৰাৰ বাবে তেওঁৰ ওপৰত কি প্ৰভাৱ পৰিল?
ভাই ৱৰ্ডবেলৰ পৰিয়ালৰ পৰা আপুনি আৰু কি শিকিলে?
“JW.ORG-ৰ মূখ্য পেজ ব্যৱহাৰ কৰি আনক প্ৰচাৰ কৰক”: (৫ মি.) আলোচনা।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩১
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৭৪ আৰু প্ৰাৰ্থনা