Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক

যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক

[ইয়োব কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

চয়তানে দাবী কৰিলে যে ইয়োবে কেৱল নিজৰ লাভৰ বাবে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ উপাসনা কৰে (ইয়ো ১:৮-১১; w১৮.০২-HI ৬-৭ ¶১৬-১৭)

আমি যিহোৱাক প্ৰকৃত প্ৰেম নকৰোঁ বুলি চয়তানে দাবী কৰে (ইয়ো ২:৪, ৫; w১৯.০২-HI ৫ ¶১০)

চয়তান মিছলীয়া হয় বুলি প্ৰমাণ কৰিবলৈ যিহোৱাই আমাক সকলোকে সুযোগ দিছে। (হিতো ২৭:১১) সেইবাবে, আমাৰ পৰিস্থিতি ভাল বা বেয়া যিয়েই নহওক কিয় যদি আমি যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেনেহʼলে আমি প্ৰমাণ কৰোঁ যে আমি তেওঁক বহুত প্ৰেম কৰোঁ।