অক্টোবৰ ৩০–নবেম্বৰ ৫
ইয়োব ১১-১২
গীত ৮৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“বুদ্ধি লাভ কৰাৰ তিনিটা উপায়”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ১২:১১—আমি আনৰ কথা আৰু ভালদৰে শুনিবলৈ এই পদত দিয়া সিদ্ধান্তটো কেনেকৈ পালন কৰিব পাৰোঁ? (w০৮-HI ১০/১ ১৯ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ১২:১-২৫ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ বুলি কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক সভালৈ মাতক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১৩)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১২ আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰৰ বুদ্ধি পাবলৈ সহায় কৰক”: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! ভাগ ২-ত আপুনি কি শিকিলে?
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৫৪ আৰু প্ৰাৰ্থনা