অক্টোবৰ ৯-১৫
ইয়োব ৪-৫
গীত ১২১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“মিছা তথ্যৰ পৰা সাৱধানে থাকক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ৪:৪—ইয়োবে কি বিষয়ত আমাৰ বাবে এটা ভাল উদাহৰণ ৰাখিলে? (w০৩-HI ৫/১৫ ২২ ¶৫-৬)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ৫:১-২৭ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৪)
পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক জনাওক যে তেওঁ jw.org-ত দিয়া তথ্যবোৰ কেনেকৈ বিচাৰিব পাৰে। (শিক্ষা অধ্যায় ১৫)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১৬ ভাগ ৫ (শিক্ষা অধ্যায় ১৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩২ ভাগ ১-৪ আৰু তালিকা
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ২২ আৰু প্ৰাৰ্থনা