ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
মিছা তথ্যৰ পৰা সাৱধানে থাকক
ইলীফজ বৃদ্ধ আৰু বুদ্ধিমান আছিল, সেইবাবে লোকসকলে ভাবিছিল যে তেওঁ কোৱা কথাবোৰ সঁচা হয় (ইয়ো ৪:১; it-১-E ৭১৩ ¶১১)
দুষ্ট স্বৰ্গদূতসকলৰ কথাত আহি ইলীফজে ইয়োবক বেয়াকৈ কʼলে (ইয়ো ৪:১৪-১৬; w০৫-HI ৯/১৫ ২৬ ¶২)
ইলীফজৰ কিছুমান কথা সঁচা আছিল, কিন্তু তেওঁ সেইবোৰ বেছিকৈ বঢ়াই কৈছিল (ইয়ো ৪:১৯; w১০-HI ২/১৫ ১৯ ¶৫-৬)
আজিও চয়তানৰ জগতত মিছা তথ্যবোৰ ভৰি পৰিছে
নিজকে সোধক, ‘যেতিয়া মই কিবা তথ্য পাওঁ, তেতিয়া সেয়া সঠিক হয় নে নহয় তাক মই চালি-জাৰি চাওঁনে?—mrt-E ৩২ ¶১৩-১৭.