চেপ্টেম্বৰ ১১-১৭
ইষ্টেৰ ৩-৫
গীত ৮৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইষ্টে ৪:১২-১৬—যিহোৱাৰ উপাসনা স্বাধীনতাৰে কৰিবলৈ আমি ইষ্টেৰ আৰু মৰ্দখয়ৰ দৰে কি কৰিব পাৰোঁ? (kr-HI ১৬০ ¶১৪)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইষ্টে ৩:১-১২ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: ৰাজ্য—মথি ১৪:১৯, ২০ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। আমি বাইবেল অধ্যয়নো কৰাওঁ বুলি তেওঁক কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ১৬)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১২ পৰিচয় আৰু ভাগ ১-৩ (শিক্ষা অধ্যায় ১৫)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ বন্ধু হোৱা—ইষ্টেৰ সাহসী আছিল: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কিছুমান লʼৰা-ছোৱালীক সোধক: তুমি ইষ্টেৰৰ দৰে কেনেকৈ সাহস দেখুৱাব পাৰা?
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২৮
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৯ আৰু প্ৰাৰ্থনা