Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক

ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক

ইষ্টেৰে নিজৰ কথা ক’বলৈ উচিত সময়ৰ অপেক্ষা কৰিলে (ইষ্টে ৭:২; ia-HI ১৪০ ¶১৫-১৬)

তেওঁ ভাবি-চিন্তি আৰু সন্মানেৰে কথা পাতিলে (ইষ্টে ৭:৩; ia-HI ১৪০-১৪১ ¶১৭)

তেওঁ সঁচা কথা কোৱাৰ লগতে সকলোবোৰ স্পষ্টকৈ ক’লে (ইষ্টে ৭:৪; ia-HI ১৪১ ¶১৮-১৯)

নিজকে সোধক, ‘নিজৰ পৰিয়ালৰ লোসকলৰ লগত কথা পাতোঁতে মই ইষ্টেৰৰ দৰে কেনেকৈ হ’ব পাৰোঁ?’