Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

তেওঁ লোকসকলৰ লাভৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিলে

তেওঁ লোকসকলৰ লাভৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিলে

মৰ্দখয়ক এজন ডাঙৰ অধিকাৰী পতা হʼল (ইষ্টে ৯:৪; it-২-E ৪৩২ ¶২)

তেওঁ যিহোৱাৰ মহিমাৰ বাবে এটা বছৰেকীয়া উৎসৱৰ আৰম্ভ কৰিলে (ইষ্টে ৯:২০-২২, ২৬-২৮; it-২-E ৭১৬ ¶৫)

তেওঁ ঈশ্বৰৰ লোকসকলৰ ভালৰ বাবে কাম কৰিলে (ইষ্টে ১০:৩)

আজি যিসকল লোকক যিহোৱাৰ সংগঠনত দায়িত্ব দিয়া হৈছে, তেওঁলোকে মৰ্দখয়ৰ দৰে হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে।—cl-HI ১০১-১০২ ¶১২-১৩.