চেপ্টেম্বৰ ৪-১০
ইষ্টেৰ ১-২
গীত ১৩৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“ইষ্টেৰৰ দৰে মৰ্য্যদাত থাকক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইষ্টে ২:৫—বাইবেলত মৰ্দখয়ৰ বিষয়ে যি কোৱা হৈছে সেয়া সঁচা হয় বুলি কিহে প্ৰমাণ কৰে? (w২২.১১ ৩১ ¶৩-৬)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইষ্টে ১:১৩-২২ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: ৰাজ্য— মথি ৬:৯, ১০ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক। (শিক্ষা অধ্যায় ১)
ভাষণ: (৫ মি.) w২০.১১ ১৩-১৪ ¶৩-৭—বিষয়: যীচু আৰু স্বৰ্গদূতৰপৰা সহায়। (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সমনীয়াই কি কয়—ৰং-ৰূপ: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: নিজৰ ৰং-ৰূপৰ বিষয়ে সঠিক চিন্তাধাৰা ৰাখিবলৈ কিয় কঠিন হ’ব পাৰে?
এই ক্ষেত্ৰত ১ পিতৰ ৩:৩, ৪ পদত দিয়া সিদ্ধান্তৰ পৰা আমি কেনেকৈ সহায় পাব পাৰোঁ?
সংগঠনে লাভ কৰা সফলতা: (১০ মি.) চেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।.
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২৭
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৮ আৰু প্ৰাৰ্থনা