আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা চেপ্টেম্বৰ 2018
আলোচনাৰ বাবে আৰ্হি
লোকসকলৰ প্ৰতি ঈশ্বৰে কেনে অনুভৱ কৰে, তাৰ বিষয়ে ধাৰাবাহিকৰূপে প্ৰকাশ কৰা আলোচনাৰ বাবে আৰ্হি।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যীচুৰ প্ৰথম আচৰিত কৰ্ম্ম
যীচুৰ প্ৰথম আচৰিত কৰ্ম্মই তেওঁৰ ব্যক্তিত্বৰ বিষয়ে কিছু কথা প্ৰকাশ কৰে।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যীচুৱে এগৰাকী চমৰীয়া তিৰোতাক সাক্ষ্য দিয়ে
তিৰোতাগৰাকীৰ দৈনন্দিন জীৱনৰ লগত জড়িত থকা এটা উদাহৰণ ব্যৱহাৰ কৰি যীচুৱে সুযোগ বিচাৰি সাক্ষ্য দিবলৈ আৰম্ভ কৰে।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—সাধাৰণ বিষয় উল্লেখ কৰি কথা-বতৰা আৰম্ভ কৰক, যাতে আপুনি সাক্ষ্য দিব পাৰে
আমি অচিনাকী লোকসকলৰ লগত কথা-বতৰা হোৱাৰ দক্ষতা কেনেকৈ উন্নতি কৰিব পাৰোঁ?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
সঠিক মনোবৃত্তিৰে যীচুক অনুকৰণ কৰক
কিছুমান শিষ্যৰ উদ্দেশ্য স্বাৰ্থপৰ হোৱাৰ বাবে তেওঁলোকে উজুটি খাইছিল আৰু যীচুক অনুকৰণ কৰিবলৈ ত্যাগ দিছিল।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
একো নষ্ট নহ’ল
আমিও যীচুৰ দৰে অবাবত নষ্ট কৰাৰপৰা আঁতৰি থাকি, যিহোৱা ঈশ্বৰে আগবঢ়োৱা আহাৰৰ প্ৰতি মূল্যাংকন দেখুৱাব পাৰোঁ।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যীচুৱে নিজৰ পিতৃক প্ৰশংসা কৰে
যিহোৱা ঈশ্বৰে দিয়া দায়িত্ব পূৰ কৰাই যীচুৰ জীৱনৰ মুখ্য উদ্দেশ্য আছিল।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
খ্ৰীষ্টৰ দৰে নম্ৰ আৰু বিনয়ী হওক
যেতিয়া আমি মণ্ডলীত কোনো কাৰ্য্য কৰাৰ বাবে দায়িত্ব লাভ কৰোঁ, তেতিয়া আমি যীচুৰ দৰে কেনেকৈ নম্ৰ আৰু বিনয়ী হ’ব পাৰোঁ?