আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: হৃদয়েৰে ঈশ্বৰক উপাসনা কৰিব বিচৰা লোকসকলৰ প্ৰতি ঈশ্বৰে কেনে অনুভৱ কৰে?
পদ: ১পিত ৫:৬, ৭
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে আমাৰ প্ৰতিজনকে কিমান ব্যাপকভাৱে যত্ন লয়?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰে আমাৰ প্ৰতিজনকে কিমান ব্যাপকভাৱে যত্ন লয়?
পদ: মথি ১০:২৯-৩১
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে আমাক ভালদৰে বুজি পায় বুলি আমি কেনেকৈ ক’ব পাৰোঁ?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰে আমাক ভালদৰে বুজি পায় বুলি আমি কেনেকৈ ক’ব পাৰোঁ?
পদ: গীত ১৩৯:১, ২, ৪
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে যিদৰে আমাৰ যত্ন লয়, তাৰপৰা আমি কেনেকৈ লাভৱান হ’ব পাৰোঁ?