চেপ্টেম্বৰ ১০-১৬
যোহন ৩-৪
গীত ১৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যীচুৱে এগৰাকী চমৰীয়া তিৰোতাক সাক্ষ্য দিয়ে”: (১০ মি.)
যোহ ৪:৬, ৭—ভাগৰি পৰাৰ সত্ত্বেও যীচুৱে নিজে আগবাঢ়ি গৈ চমৰীয়া তিৰোতাগৰাকীৰ লগত কথা পাতে (যোহ ৪:৬ পদৰ ওপৰত “শ্ৰান্ত হৈ” অধ্যয়নৰ টোকা, nwtsty)
যোহ ৪:২১-২৪—যীচুৱে সুযোগ বিচাৰি ঘোষণা কৰাৰ বাবে বহুতোলোকে তেওঁৰ বিষয়ে জানিবলৈ সক্ষম হয়
যোহ ৪:৩৯-৪১—যীচুৱে আগবাঢ়ি গৈ কথা পতাৰ পৰিণামস্বৰূপে বহুতো চমৰীয়া লোক পাছলৈ যীচুৰ ওপৰত বিশ্বাস কৰে
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
যোহ ৩:২৯—এই পদৰ অৰ্থ কি? (যোহ ৩:২৯ পদৰ ওপৰত “দৰাৰ যি বন্ধু” অধ্যয়নৰ টোকা, nwtsty)
যোহ ৪:১০—যেতিয়া যীচুৱে ‘জীৱনময় পানীৰ’ বিষয়ে বৰ্ণনা কৰে, তেতিয়া চমৰীয়া তিৰোতাগৰাকীৰ মনলৈ কি আহিছিল? কিন্তু প্ৰকৃততে যীচুৱে কিহৰ বিষয়ে বৰ্ণনা কৰিছিল? (যোহন ৪:১০ পদৰ ওপৰত “জীৱনময় পানী” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) যোহ ৪:১-১৫
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
ভাষণ: (৬ মি. বা কম) wp১৬.২-E ৯ ¶১-৪—বিষয়: যোহন ৪:২৩ পদটো বৰ্ণনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৪৭
“ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—সাধাৰণ বিষয় উল্লেখ কৰি কথা-বতৰা আৰম্ভ কৰক, যাতে আপুনি সাক্ষ্য দিব পাৰে:” (১৫ মি.) আলোচনা। অৱশেষত এই সপ্তাহত কম পক্ষেও এজন ব্যক্তিৰ লগত কথা-বতৰা আৰম্ভ কৰিবলৈ সকলোকে উৎসাহিত কৰক। পৰৱৰ্তী সভাত প্ৰচাৰকসকলে নিজৰ অনুভৱ ক’বলৈ সুযোগ লাভ কৰিব।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৩
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৬ আৰু প্ৰাৰ্থনা