চেপ্টেম্বৰ ১৭-২৩
যোহন ৫-৬
গীত ১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“সঠিক মনোবৃত্তিৰে যীচুক অনুকৰণ কৰক”: (১০ মি.)
যোহ ৬:৯-১১—যীচুৱে বহুতোলোকক আচৰিতভাৱে আহাৰ খোৱাইছিল (যোহ ৬:১০ পদৰ ওপৰত “পাঁচ হাজাৰমান মানুহ বহিল” অধ্যয়নৰ টোকা, nwtsty)
যোহ ৬:১৪, ২৪—যীচুৱেই যে মচীহ হয়, তাৰ বিষয়ে লোকসকলে জানিব পাৰে আৰু পাছদিনাখনো তেওঁক বিচাৰিবলৈ ধৰে (যোহ ৬:১৪ পদৰ ওপৰত “সেই ভাববাদী” অধ্যয়নৰ টোকা, nwtsty)
যোহ ৬:২৫-২৭, ৫৪, ৬০, ৬৬-৬৯—যীচু আৰু শিষ্যসকলৰ ওচৰলৈ অহা এই লোকসকলৰ মনোবৃত্তি ভাল নাছিল আৰু সেইবাবে তেওঁলোকে যীচুৰ বাক্য শুনি বিশ্বাসত উজুটি খাইছিল (যোহ ৬:২৭ পদৰ ওপৰত “ক্ষয়নীয় আহাৰৰ . . . অনন্ত জীৱনলৈকে যি আহাৰ থাকে” অধ্যয়নৰ টোকা, nwtsty; যোহ ৬:৫৪ পদৰ ওপৰত “মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে” অধ্যয়নৰ টোকা, nwtsty; w০৫ ৯/১ ২৯-৩০ ¶১৩-১৪)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
যোহ ৬:৪৪—পিতৃয়ে লোকসকলক নিজৰ ওচৰলৈ কেনেকৈ আকৰ্ষণ কৰে? (যোহ ৬:৪৪ পদৰ ওপৰত “আকৰ্ষণ” অধ্যয়নৰ টোকা, nwtsty)
যোহ ৬:৬৪—যিহূদাই বিশ্বাসঘাতকতা কৰিব বুলি যীচুৱে কি অৰ্থত “আদিৰে পৰা” জানিছিল? (যোহ ৬:৬৪ পদৰ ওপৰত “কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, তাক যীচুৱে . . . জানি আছিল,” “আদিৰে পৰা” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) যোহ ৬:৪১-৫৯
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থই কয় যে তেওঁ এজন খ্ৰীষ্টান হয়।
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ২৬
আপোনাৰ কি অনুভৱ হয়?: (৫ মি.) আলোচনা। ভাই-ভনীসকলে কেনেকৈ কথা-বতৰা আৰম্ভ কৰিছিল আৰু সাক্ষ্য দিবলৈ সক্ষম হৈছিল, তাৰ বিষয়ে নিজৰ অনুভৱ ক’বলৈ কওক।
“একো নষ্ট নহ’ল”: (১০ মি.) আলোচনা। নিৰ্ম্মাণ পৰিকল্পনা—পৰিৱেশৰ সুৰক্ষা আৰু যিহোৱাৰ মহিমা—এক আভাস ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৪
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৭ আৰু প্ৰাৰ্থনা