যীচুৰ প্ৰথম আচৰিত কৰ্ম্ম
যীচুৰ প্ৰথম আচৰিত কৰ্ম্মই তেওঁৰ ব্যক্তিত্বৰ বিষয়ে কিছু কথা প্ৰকাশ কৰে। বাইবেলৰ এই বৃতান্তই কেনেকৈ পৰৱৰ্তী বিষয়বোৰৰ ওপৰত শিক্ষা দিয়ে?
-
মনোৰঞ্জনৰ ক্ষেত্ৰত যীচুৱে ভাৰসাম্যতা বজাই ৰাখিছিল। তেওঁ আনন্দত থাকিছিল আৰু বন্ধুসকলৰ লগত আনন্দেৰে সময় অতিবাহিত কৰিছিল
-
যীচুৱে লোকসকলৰ অনুভূতিৰ প্ৰতি ধ্যান ৰাখিছিল
-
যীচু উদাৰ আছিল