অক্টোবৰ ১৪-২০
গীতমালা ৯৬-৯৯
গীত নং ৬৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ‘শুভবাৰ্তা প্ৰচাৰ কৰা’
(১০ মি.)
আনক শুভবাৰ্তাৰ বিষয়ে জনাওক (গীত ৯৬:২; w১১-E ৩/১ ৬ ¶১-২)
ন্যায়ৰ দিনত গোটেই পৃথিৱীত ন্যায় কৰা হʼব, এই আনন্দৰ খবৰ সকলোকে জনাওক (গীত ৯৬:১২, ১৩; w১২-E ৯/১ ১৬ ¶১)
তেওঁলোকক শিকাওক যে যিহোৱাৰ মহিমা কৰা লোকসকলেৰে এই পৃথিৱীখন পৰিপূৰ্ণ হোৱাটো তেওঁৰ উদ্দেশ্য (গীত ৯৯:১-৩; w১২ ৯/১৫ ১২ ¶১৮-১৯)
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
গীত ৯৬:১—বহুতো পদত ‘নতুন গীতৰ’ অৰ্থ কি? (it-২-E ৯৯৪)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ৯৮:১–৯৯:৯ (শিক্ষা অধ্যায় ১১)
৪. সম্পূৰ্ণৰূপে চেষ্টা কৰক—যীচুৱে কি কৰিলে?
(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ১-২ আলোচনা কৰক।
৫. সম্পূৰ্ণৰূপে চেষ্টা কৰক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।
গীত নং ৯
৬. মণ্ডলীৰ প্ৰয়োজনীয়তা
(১৫ মি.)
৭. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.০৯ ২৯-৩১ ¶১২-১৯