Skip to content

Skip to table of contents

অক্টোবৰ ২১-২৭

গীতমালা ১০০-১০২

অক্টোবৰ ২১-২৭

গীত নং ৩৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. যিহোৱাৰ অটুট প্ৰেমৰ প্ৰতি কৃতজ্ঞ হওক

(১০ মি.)

যিহোৱাৰ বাবে নিজৰ প্ৰেম আৰু দৃঢ় কৰক (গীত ১০০:৫; w২৩.০৩ ১২-১৩ ¶১৮-১৯)

যিহোৱাৰ লগত থকা বন্ধুত্ব বেয়া কৰিব পৰা কামবোৰৰ পৰা আঁতৰি থাকক (গীত ১০১:২, ৩; w২৩.০২ ১৭ ¶১০)

যিহোৱা আৰু তেওঁৰ সংগঠনক বদনাম কৰা লোকসকলৰ পৰা আঁতৰি থাকক (গীত ১০১:৫; w১১-HI ৭/১৫ ১৬ ¶৭-৮)

নিজকে সোধক, ‘মই যিদৰে চʼচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰোঁ, তাৰ ফলত যিহোৱাৰ লগত থকা মোৰ সম্পৰ্ক বেয়া হʼব পাৰেনে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১০২:৬—এই গীত লেখকে নিজকে ঢেঁৰা চৰাইৰ লগত কিয় তুলনা কৰিলে? (it-২-E ৫৯৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১০২:১-২৮ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৫ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৪ মি.) প্ৰদৰ্শন। wp১৯.১ ১১ ¶৫—বিষয়: বাইবেলৰ বাৰ্তাত সাল-সলনি কৰা হৈছেনে? (শিক্ষা অধ্যায় ৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৩৭

৭. ‘মই তোমাক নেৰিম; তুমি মোক ধৰি ৰাখা’

(১৫ মি.)

আলোচনা। ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  •   হান্নাই কেনেকৈ অটুট প্ৰেম দেখুৱালে?

  •   আমি তাইৰ দৰে কেনেকৈ হʼব পাৰোঁ?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৯৬ আৰু প্ৰাৰ্থনা