অক্টোবৰ ২৮–নবেম্বৰ ৩
গীতমালা ১০৩-১০৪
গীত নং ৩০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. “আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে”
(১০ মি.)
কৰুণাৰ বাবে যিহোৱাই আমাক দয়া দেখুৱায় (গীত ১০৩:৮; w২৩.০৭ ২১ ¶৫)
যেতিয়া আমাৰ পৰা ভুল হয়, তেতিয়া যিহোৱাই আমাক অকলশৰীয়াকৈ এৰি নিদিয়ে (গীত ১০৩:৯, ১০; w২৩.০৯ ৬-৭ ¶১৬-১৮)
আমি যিবোৰ কাম কৰিব নোৱাৰোঁ, সেই কাম কৰাটো যিহোৱাই আশা নকৰে (গীত ১০৩:১৪; w২৩.০৫ ২৬ ¶২)
নিজকে সোধক, ‘নিজৰ জীৱন সংগীক দয়া দেখুৱাৰ ক্ষেত্ৰত মই যিহোৱাৰ উদাহৰণ অনুকৰণ কৰোঁ নে?’
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
-
গীত ১০৪:২৪—এই পদৰ পৰা আমি যিহোৱাৰ নতুন নতুন আৰু বেলেগ বেলেগ বস্তু বনোৱাৰ শক্তিৰ বিষয়ে কি শিকিব পাৰোঁ? (cl-HI ৫৫ ¶১৮)
-
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ১০৪:১-২৪ (শিক্ষা অধ্যায় ১১)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)
৫. পুনৰ লগ কৰক
(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হোৱা গৃহস্থৰ লগত বাইবেল বিদ্যাৰ্থীক শিকি থাকিবলৈ উৎসাহিত কৰক ভিডিঅʼখনৰ পৰা আলোচনা কৰক। (শিক্ষা অধ্যায় ৯)
৬. ভাষণ
(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৬—বিষয়: ‘স্বামীয়ে নিজৰ পত্নীক নিজৰ নিচিনাকৈ প্ৰেম কৰা উচিত।’ (শিক্ষা অধ্যায় ১)
গীত নং ৪৪
৭. আপুনি নিজৰ সীমা বুজি পায় নে?
(১৫ মি.) আলোচনা।
যেতিয়া আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয় আৰু তেওঁৰ লগতে আমিও আনন্দিত হওঁ। (গীত ৭৩:২৮) কিন্তু এইদৰে কৰিবলৈ আমি নিজৰ সীমা বুজি পোৱা উচিত, নহʼলে আমি বহুত চিন্তিত হʼব পাৰোঁ বা নিৰাশ হʼব পাৰোঁ।
নিজৰ পৰা বহুত বেচি আশা নকৰিব ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:
-
যিহোৱাই আমাৰ পৰা কি আশা কৰে? (মীখা ৬:৮)
-
নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বেছিকৈ চিন্তা নকৰিবলৈ ভনীয়ে কি কৰিলে?
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.১০ ৩-৫ ¶৯-১৩