ছেপ্টেম্বৰ ৩০–অক্টোবৰ ৬
গীতমালা ৯০-৯১
গীত নং ১৪০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. দীৰ্ঘ জীৱন কেৱল যিহোৱাই দিব পাৰে
(১০ মি.)
আমি যিমানেই চেষ্টা নকৰোঁ কিয় মানুহে যিমান বছৰ জীয়াই থাকে, তাতকৈ বেছি আমি জীয়াই থাকিব নোৱাৰোঁ (গীত ৯০:১০; wp১৯.৩-HI ৫ ¶৩-৫)
যিহোৱা ‘অনাদি কালৰ পৰা আছে আৰু অনন্ত কাললৈকে থাকিব’ (গীত ৯০:২; wp১৯.১ ৫, বক্স)
যিসকল লোকে যিহোৱাৰ ওপৰত ভৰসা কৰে, তেওঁলোকক যিহোৱাই অনন্ত জীৱন দিব পাৰে আৰু নিশ্চয় দিব (গীত ২১:৪; ৯১:১৬)
যিহোৱাৰ মানদণ্ডৰ বিৰোধে গৈ এনে চিকিৎসা নকৰিব, যাৰ বাবে যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হʼব পাৰে।—w২২.০৬ ১৮ ¶১৬-১৭.
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
-
গীত ৯১:১১—স্বৰ্গদূতসকলে আমাক সহায় কৰে, ইয়াৰ বিষয়ে আমি কেনে দৃষ্টিভংগী ৰখা উচিত? (wp১৭.৫-HI ৫)
-
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ৯১:১-১৬ (শিক্ষা অধ্যায় ১০)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। বাইবেলৰ পৰা আলোচনা নকৰাকৈ জানিবলৈ চেষ্টা কৰক যে ব্যক্তিজন কি বিষয়ত আগ্ৰহী বা কি কথাক লৈ চিন্তিত আছে। এইদৰে কৰিলে আপুনি জানিব পাৰিব যে বাইবেলৰ সহায়ত কেনেকৈ তেওঁৰ জীৱন ভাল হʼব পাৰে। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৩)
৫. কথা-বতৰা আৰম্ভ কৰক
(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)
৬. ভাষণ
(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৫—বিষয়: আপুনি পৃথিৱীত সদায় জীয়াই থাকিব পাৰিব। (শিক্ষা অধ্যায় ১৪)
গীত নং ১৫৮
৭. ঈশ্বৰৰ ধৈৰ্য্যক আটাইতকৈ মূল্যৱান সম্পত্তি বুলি ভাবক—সময়ৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখক
(৫ মি.) আলোচনা।
ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:
-
যদি আমি সময়ৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখোঁ, তেনেহʼলে আমি কেনেকৈ তেওঁৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ আগ্ৰহেৰে বাট চাই থাকিব পাৰিম?
৮. সংগঠনে লাভ কৰা সফলতা
(১০ মি.) ছেপ্টেম্বৰ মাহৰ ভিডিঅʼখন দেখুৱাওক।
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.০৯ ২৬-২৭ ¶১-৮