জানুৱাৰী ১১-১৭
লেবীয়া পুস্তক ২০-২১
গীত ৮০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
লেবী ২১:৫—ঈশ্বৰৰ নিয়মত নিজৰ শৰীৰ কাটকুট নকৰিবলৈ কিয় কোৱা হৈছিল? (w০৪ ১১/১ ৩০ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) লেবী ২০:১-১৩ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: প্ৰাৰ্থনা—১যোহ ৫:১৪ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত যেতিয়া প্ৰশ্ন সোধে, তেতিয়া ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ সোধক।
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)
পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত ভাল খবৰ ব্ৰচাৰখন দিয়ক আৰু পাঠ ১২-ৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“বিবাহ বন্ধন মজবুদ কৰি ৰাখক”: (১৫ মি.) আলোচনা। ‘ধৈৰ্য্যেৰে দৌৰি থাকক’—প্ৰতিযোগিতাৰ নিয়ম পালন কৰক নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১২ ¶১-৮
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৫ আৰু প্ৰাৰ্থনা