ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ইস্ৰায়েলীসকলৰ উৎসৱৰপৰা লাভ কৰা শিক্ষা
নিস্তাৰ-পৰ্ব্ব আৰু খমীৰ নিদিয়া পিঠাৰ উৎসৱ (লেবী ২৩:৫, ৬; it-১-E ৮২৬-৮২৭)
শস্য দোৱাৰ পৰ্ব্ব (পঞ্চাশ-দিনীয়া) (লেবী ২৩:১৫, ১৬; it-২-E ৫৯৮ ¶২)
পঁজা-পৰ্ব্ব (লেবী ২৩:৩৪; w১৪-HI ৫/১৫ ২৮-২৯ ¶১১)
প্ৰাচীন সময়ত যিহূদীসকলে এই উৎসৱবোৰ কিয় পালন কৰিছিল আৰু ভৱিষ্যতে যিহোৱাৰ প্ৰতিজ্ঞাবোৰ কেনেকৈ পূৰ হʼব, এই বিষয়ে ধ্যান কৰিলে আমি বহুতো আনন্দ লাভ কৰিম।—দ্বিতী ১৬:১৫.