জানুৱাৰী ২৫-৩১
লেবীয়া পুস্তক ২৪-২৫
গীত ১৪৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ইস্ৰায়েলত যোবেল বছৰ আৰু ভৱিষ্যতৰ মুক্তি”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
লেবী ২৪:২০—ঈশ্বৰৰ বাক্যই প্ৰতিশোধ লʼবলৈ উৎসাহিত কৰেনে? (w১০–HI ১/১ ১২ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) লেবী ২৪:১-২৩ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১৬)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ-পত্ৰখন দিয়ক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১১)
বাইবেল অধ্যয়ন: (৫ মি.) ভাল খবৰ পাঠ ১২ ¶৬-৭ (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
“ভৱিষ্যতৰ মুক্তি—ঈশ্বৰ আৰু খ্ৰীষ্টৰ যোগেদি”: (১০ মি.) আলোচনা। যেতিয়া ধুমুহাৰ দৰে সমস্যা আহে, তেতিয়া নিজৰ ধ্যান যীচুৰ ওপৰত বজাই ৰাখক!—ভৱিষ্যতে ৰাজ্যৰপৰা লাভ কৰিব লগীয়া আশীৰ্বাদ নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১২ ¶১৫-২২, পৃ. ১৬০ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১২৩ আৰু প্ৰাৰ্থনা