Skip to content

Skip to table of contents

যোবেল বছৰত ইস্ৰায়েলীসকলে দাসত্বৰপৰা মুকলি হৈ, নিজৰ ঘৰলৈ উভতি আহিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ইস্ৰায়েলত যোবেল বছৰ আৰু ভৱিষ্যতৰ মুক্তি

ইস্ৰায়েলত যোবেল বছৰ আৰু ভৱিষ্যতৰ মুক্তি

যোবেল বছৰৰ ব্যৱস্থাৰ বাবে ইস্ৰায়েলত কোনেও সদায় কালৰ বাবে ধাৰুৱা বা দুখীয়া হৈ থাকিব লগীয়া নহৈছিল (লেবী ২৫:১০; w১৯.১২–HI ৮ ¶৩; বেটুপাতৰ ছবিখন চাওক)

ইস্ৰায়েলত মাটি বিক্ৰী কৰাৰ অৰ্থ আছিল পট্টা দিয়া। এজন ইস্ৰায়েলীৰ মাটিত যোবেল বছৰলৈকে যিমান শস্য উৎপন্ন হʼব, সেই শস্যৰ সমমূল্যত ব্যক্তিজনে আন কাৰোবাক নিজৰ মাটি পট্টাত দিব পাৰিছিল (লেবী ২৫:১৫; it-১-E ১২০০ ¶২)

যোবেল বছৰৰ বিষয়ে যিহোৱাই দিয়া নিয়মবোৰ তেওঁৰ লোকসকলে পালন কৰাৰ বাবে, যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিলে (লেবী ২৫:১৮-২২; it-২-E ১২২-১২৩)

অতি সোনকালে যিহোৱাৰ বিশ্বাসী লোকসকলে আন এক প্ৰকাৰৰ মুক্তি লাভ কৰিব। তেওঁলোকে পাপ আৰু মৃত্যুৰপৰা মুক্তি লাভ কৰিব।—ৰোম ৮:২১.

যিহোৱাই কৰা উদ্ধাৰৰ প্ৰতিজ্ঞাৰপৰা লাভৱান হʼবলৈ আমি কি কৰা উচিত?