জানুৱাৰী ৪-১০
লেবীয়া পুস্তক ১৮-১৯
গীত ১২২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“আপোনাৰ আচাৰ-ব্যৱহাৰ সদায় শুদ্ধ হৈ থকা উচিত”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
লেবী ১৯:৯, ১০—ঈশ্বৰে দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ কি নিয়ম দিছিল? (w০৬-HI ৭/১ ১৪ ¶১১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) লেবী ১৮:১-১৫ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: প্ৰাৰ্থনা—গীত ৬৫:২ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত যেতিয়া প্ৰশ্ন সোধে, তেতিয়া ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)
ভাষণ: (৫ মি.) w০২-HI ২/১ ২৯—বিষয়: মোচিৰ নিয়মত সম্বন্ধীয়সকলৰ মাজত বিয়া নকৰাবলৈ যি নিষেধাজ্ঞা দিয়া হৈছিল, সেইবোৰ আজিও খ্ৰীষ্টানসকলে পালন কৰা উচিতনে? (শিক্ষা অধ্যায় ৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ বন্ধু হোৱা—নিজৰ সন্তানসকলক সুৰক্ষা দিয়ক: (৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত ভিডিঅʼখনৰপৰা শিকা কথাবোৰ তুলি ধৰক।—হিতো ২২:৩.
“পিতৃ-মাতৃসকল, জ্ঞানেৰে নিজৰ সন্তানসকলক প্ৰস্তুত কৰক”: (১০ মি.) আলোচনা। মজবুত ঘৰ তৈয়াৰ কৰক—“যি বেয়া হয়,” তাৰপৰা নিজৰ লʼৰা-ছোৱালীক আঁতৰাই ৰাখক নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অতিৰিক্ত লেখ, ২৫১-২৫৩ পৃ.
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৯৪ আৰু প্ৰাৰ্থনা