Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপোনাৰ আচাৰ-ব্যৱহাৰ সদায় শুদ্ধ হৈ থকা উচিত

আপোনাৰ আচাৰ-ব্যৱহাৰ সদায় শুদ্ধ হৈ থকা উচিত

আমি জগতৰ লোকসকলৰপৰা পৃথক হৈ থকাটো যিহোৱা ঈশ্বৰে বিচাৰে (লেবী ১৮:৩; w১৯.০৬–HI ২৮ ¶১)

যিহোৱাই আমাক স্পষ্টকৈ কৈছে যে সম্বন্ধীয়সকলৰ লগত যৌন সম্পৰ্ক ৰখা, সমকামিতা আৰু জীৱ-জন্তুৰ লগত যৌন কাৰ্য্য কৰা গম্ভীৰ পাপ হয় (লেবী ১৮:৬, ২২, ২৩; w১৭.০২–HI ২০ ¶১৩)

যিহোৱাই কুকৰ্ম্ম কৰা লোকসকলক ধ্বংস কৰিব (লেবী ১৮:২৪, ২৫; হিতো ২:২২; w১৪–HI ১০/১ ৭ ¶২)

আমি ঈশ্বৰৰ নতুন পৃথিৱীত প্ৰৱেশ কৰাটো চয়তানে নিবিচাৰে, সেইবাবে সি আমাৰ সন্মুখত বহুতো ফান্দ পাতে। কিন্তু আমি যিহোৱাৰ সিদ্ধান্তবোৰ পালন কৰিলে, চয়তানৰ ফান্দৰপৰা বাচি থাকিব পাৰিম।

আমি অনৈতিক কামবোৰ ঘৃণা কৰোঁ বুলি যিহোৱাক কেনেকৈ দেখুৱাব পাৰোঁ?