Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ১৫-২১

গণনা পুস্তক ৩-৪

ফেব্ৰুৱাৰী ১৫-২১
  • গীত ৯৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • লেবীয়াসকলৰ কাম”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ৪:১৫—যিহোৱাৰ প্ৰতি ভয় থাকিলে আমি কি কৰিম? (w০৬-HI ৮/১ ২৪–২৫ ¶১৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ৪:৩৪-৪৯ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬৭

  • বছেৰেকীয়া সেৱা ৰিপৰ্ট: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। শাখা কাৰ্য্যালয়ৰপৰা অহা বছেৰেকীয়া সেৱা ৰিপৰ্টটো পঢ়াৰ পাছত আগতিয়াকৈ নিৰ্বাচন কৰি ৰখা কেইজনমান প্ৰচাৰকৰ সাক্ষাৎকাৰ লওক, যিয়ে বিগত বছৰত, ঘোষণা কাৰ্য্য কৰাৰ সময়ত কিছুমান ভাল অনুভৱ লাভ কৰিবলৈ সক্ষম হৈছিল।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৩ ¶১৬-২৬, পৃ. ১৭৮ বক্স

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৮ আৰু প্ৰাৰ্থনা