ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
লেবীয়াসকলৰ কাম
যিহোৱাই প্ৰথমে জন্মা ইস্ৰায়েলী পুৰুষবিলাকৰ ঠাইত লেবীয়াবিলাকক লʼলে (গণ ৩:১১-১৩; it-২-E ৬৮৩ ¶৩)
লেবীয়াবিলাকক কিছুমান বিশেষ ধৰণৰ দায়িত্ব দিয়া হৈছিল (গণ ৩:২৫, ২৬, ৩১, ৩৬, ৩৭; it-২-E ২৪১)
অধিকাংশ লেবীয়াই ৩০ বছৰ বয়সৰপৰা ৫০ বছৰ বয়সলৈকে সেৱা কৰিছিল (গণ ৪:৪৬-৪৮; it-২-E ২৪১)
হাৰোণৰ পৰিয়ালৰ পুৰুষসকলক পুৰোহিত পদ দিয়া হৈছিল আৰু আন লেবীয়া ফৈদৰ লোকসকলে তেওঁলোকক সহায় কৰিছিল। ঠিক সেইদৰে বৰ্তমান সময়ত মণ্ডলীত কিছুমান ভাইয়ে ডাঙৰ দায়িত্ব পূৰ কৰে আৰু আন ভাইসকলে তেওঁলোকক সহায় কৰে।