ফেব্ৰুৱাৰী ১-৭
লেবীয়া পুস্তক ২৬-২৭
গীত ৮৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
লেবী ২৬:১৬—যেতিয়া ইস্ৰায়েলীসকলে বেমাৰেৰে আক্ৰান্ত হৈছিল, তেতিয়া সেয়া যিহোৱাই তেওঁলোকক দিয়া শাস্তি আছিলনে? (it-২-E ৬১৭)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) লেবী ২৬:১৮-৩৩ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হি সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৬)
ভাষণ: (৫ মি.) w১০–HI ১/১ ৩১—বিষয়: মই কিমান দান দিয়া উচিত? (শিক্ষা অধ্যায় ১৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লওক”: (১৫ মি.) আলোচনা। বাপ্তিষ্মাৰ ফালে লৈ যোৱা পথ নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৩ ¶১-৪, পৃ. ১৭০, ১৭১ বক্সবোৰ, ১৮১, ১৮২ পৃ.
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৪২ আৰু প্ৰাৰ্থনা