ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি?
প্ৰতিমাবিলাক দূৰ কৰক (লেবী ২৬:১; w০৮–HI ৪/১৫ ৪ ¶৮)
যিহোৱাই কোৱাৰ দৰে, তেওঁৰ উপাসনা কৰক (লেবী ২৬:২; it–১–E ২২৩ ¶৩)
তেওঁৰ আজ্ঞা পালন কৰক (লেবী ২৬:৩, ১২; w৯২–HI ১/১ ২০ ¶১০)
যিহোৱাৰ আজ্ঞা পালন কৰা আৰু তেওঁৰ লগত ভাল সম্পৰ্ক বজাই ৰখা ইস্ৰায়েলীসকলে বহুতো আশীৰ্বাদ লাভ কৰিলে।
যিহোৱাৰ আশীৰ্বাদৰপৰা আপুনি কি কি লাভ কৰিছে?
-
বাইবেলৰ সঠিক জ্ঞান
-
মনৰ শান্তি
-
সুখী পৰিয়াল
-
নতুন পৃথিৱীত জীয়াই থকাৰ আশা