ফেব্ৰুৱাৰী ২২-২৮
গণনা পুস্তক ৫-৬
গীত ৮১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“নাচৰীয়াৰ দৰে আপোনাৰো উৎসাহ আছেনে?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
গণ ৬:৬, ৭—চিমচোনে যিসকলক হত্যা কৰিছিল, তেওঁলোকৰ মৃতদেহ তেওঁ স্পৰ্শ কৰিছিল। তেনেহʼলে তেওঁ কেনেকৈ নাচৰীয়া হৈ থাকিল? (w০৫-HI ১/১৫ ৩০ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) গণ ৫:১-১৮ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। যিহোৱাৰ সাক্ষীসকল—আমি কোন হওঁ? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হি সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৩)
ভাষণ: (৫ মি.) w০৬–HI ১/১৫ ৩২—এনে এটা আৱিষ্কাৰ, যিয়ে বাইবেলক সঠিক বুলি প্ৰমাণিত কৰে। (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?”: (৫ মি.) আলোচনা।
ফেব্ৰুৱাৰী ২৭, শনিবাৰৰপৰা স্মৰণীয় দিনৰ অভিযানৰ আৰম্ভণি: (১০ মি.) আলোচনা। সকলোকে এখনকৈ নিমন্ত্ৰণ-পত্ৰ দিয়ক আৰু ইয়াৰ বিষয়ে আলোচনা কৰক। স্থানীয় প্ৰয়োজনীয়তা অনুসৰি প্ৰস্তুত কৰক। আলোচনাৰ বাবে আৰ্হি ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক সোধক: যীচুৰ মৃত্যুক সোঁৱৰণ কৰক ভিডিঅʼখন কেতিয়া দেখুৱাব পাৰি? কেনেকৈ জানিব পাৰি যে ব্যক্তিজন আগ্ৰহী?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৪ ¶১-৯
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৫২ আৰু প্ৰাৰ্থনা