Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই নিজৰ লোকসকলক সংগঠিত কৰে

যিহোৱাই নিজৰ লোকসকলক সংগঠিত কৰে

[গণনা পুস্তক কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

ইস্ৰায়েলীসকলৰ তিনিটা তিনিটা ফৈদে দল হিচাপে তম্বু লগাইছিল (গণ ১:৫২, ৫৩; w৯৪-HI ১২/১ ৯ ¶৪)

ইস্ৰায়েলৰ গোটেই ছাউনিত লোকসকলৰ গণনা ৩০,০০,০০০ বা তাতকৈও অধিক আছিল (গণ ২:৩২, ৩৩; it-১-E ৩৯৭ ¶৪)

যিহোৱাই তেওঁৰ লোকসকলে সংগঠিত ভাৱে, তেওঁৰ উপাসনা কৰাটো বিচাৰে। তেওঁ ইস্ৰায়েলীসকলৰ পৰা এয়াই আশা কৰিছিল আৰু আজি আমাৰ পৰাও এয়াই আশা কৰে।—১কৰি ১৪:৩৩, ৪০.

নিজকে সোধক, ‘যিহোৱাৰ সংগঠনত যি ব্যৱস্থা কৰা হৈছে, সেইবোৰ মই পালন কৰিছোঁনে? ইয়াৰ বাবে মই কি কি কৰা উচিত?’