ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
আলোচনাৰ বাবে আৰ্হি
প্ৰথম সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনেনে?
পদ: গীত ৬৫:২
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ?
শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:
পুনৰ সাক্ষাৎ
প্ৰশ্ন: আমি কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ?
পদ: ১যোহ ৫:১৪
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?
শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:
স্মৰণীয় দিনৰ অভিযান (ফেব্ৰুৱাৰী ২৭–মাৰ্চ ২৭)
“আমি আপোনাক [ফোন কৰি বা চিঠি লিখি] এক বিশেষ সভাৰ বাবে নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত লাখ লাখ লোকে উপস্থিত হʼব। সেই দিনাখন আমি যীচুৰ বলিদানক সোঁৱৰণ কৰিম। আপুনি ইয়াত উপস্থিত হোৱাটো আমি বিচাৰোঁ।” তাৰ পাছত [চিঠি বা মেইলৰ যোগেদি] নিমন্ত্ৰণ-পত্ৰখন ব্যক্তিজনক দিয়ক। “ইয়াত সভাৰ সময় আৰু ঠিকনা দিয়া আছে [বা অনলাইন এই সভাত কেনেকৈ উপস্থিত হʼব পাৰে]। স্মৰণীয় দিনৰ আগৰ সপ্তাহত হʼবলগীয়া এক বিশেষ ভাষণৰ বাবেও আমি আপোনাক নিমন্ত্ৰণ কৰিব বিচাৰোঁ। আশা কৰোঁ আপুনি নিশ্চয় আহিব।”
যদি আগ্ৰহ দেখুৱায়, তেনেহʼলে পৰৱৰ্তী সাক্ষাতৰ বাবে: যীচুৰ কিয় মৃত্যু হৈছিল?