জানুৱাৰী ১৬-২২
১ বংশাৱলি ১-৩
গীত ৯৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“বাইবেলত কাহিনী নহয়, সঁচা ঘটনাবোৰ লিখা আছে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১বং ৩:১-৩—কিছুমান বংশাৱলিত তিৰোতাৰ নাম কিয় উল্লেখ কৰা হৈছিল? (it-১-E ৯১১ ¶৩-৪)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১বং ১:৪৩-৫৪ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৪)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আগবঢ়াই নি থাকক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। তেওঁক শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ১)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৮ ভাগ ০৭ আৰু “কিছুমান লোকে কয়” (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“ঈশ্বৰৰ বাক্যৰ ওপৰত নিজৰ বিশ্বাস বঢ়াওক”: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১১৩
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৯৪ আৰু প্ৰাৰ্থনা