ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
বাইবেলত কাহিনী নহয়, সঁচা ঘটনাবোৰ লিখা আছে
[১ বংশাৱলি কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
আদম এজন আচল ব্যক্তি আছিল (১বং ১:১; w০৯-E ৯/১ ১৪ ¶১)
নোহেও এজন আচল ব্যক্তি আছিল (১বং ১:৪; w০৮-HI ৭/১ ১৭ ¶৪)
বাইবেলত উল্লেখ থকা লোকসকল সঁচাকৈ জীয়াই আছিল বুলি বিশ্বাস কৰিলে আমি তেওঁলোকৰ পৰা বহুতো কথা শিকিব পাৰোঁ আৰু ইয়াৰ পৰা লাভৱান হওঁ।—১কৰি ১৫:২২; w০৯-E ৯/১ ১৪-১৫.