ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
মোৰ প্ৰাৰ্থনাৰ পৰা মোৰ বিষয়ে কি জানিব পাৰি?
যাবেচক লোকসকলে বৰ সন্মান কৰিছিল (১বং ৪:৯)
তেওঁৰ প্ৰাৰ্থনাৰ পৰা জানিব পাৰি যে তেওঁ সত্য উপাসনাক বহুত গুৰুত্ব দিছিল (১বং ৪:১০ক; w১১-HI ৪/১ ২৩ ¶৩-৭)
যিহোৱাই যাবেচৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে (১বং ৪:১০খ)
নিজকে সোধক: ‘মোৰ প্ৰাৰ্থনাৰ পৰা মোৰ বিষয়ে কি জানিব পাৰি?’—মথি ৬:৯, ১০.