Skip to content

Skip to table of contents

জানুৱাৰী ২-৮

২ ৰাজাৱলি ২২-২৩

জানুৱাৰী ২-৮
  • গীত ২৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • আমি কিয় নম্ৰ হোৱা উচিত?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২ৰাজা ২৩:২৪, ২৫—যিসকলে বেয়া পৰিৱেশত ডাঙৰ-দীঘল হৈছে, তেওঁলোকে যোচিয়াৰ পৰা কি শিকিব পাৰে? (w০১ ৪/১৫ ২৬ ¶৩-৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২ৰাজা ২৩:১৬-২৫ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১২০

  • আপুনি নম্ৰ হয় নে অহংকাৰী? (যাকো ৪:৬): (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত প্ৰশ্নবোৰ সোধক: নম্ৰতা আৰু অহংকাৰৰ মাজত কি পাৰ্থক্য আছে? মোচিৰ পৰা আমি কি শিকিব পাৰোঁ? আপুনি সদায় নম্ৰ হৈ থাকিবলৈ কিয় থিৰাং কৰিছে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১১১

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৪৭ আৰু প্ৰাৰ্থনা