ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আমি কিয় নম্ৰ হোৱা উচিত?
যোচিয়াই হৃদয়ৰ পৰা যিহোৱাক আনন্দিত কৰিব বিচাৰিছিল (২ৰাজা ২২:১-৫)
যোচিয়া নম্ৰ আছিল, সেইবাবে তেওঁ নিজৰ লোকসকলৰ ভুল স্বীকাৰ কৰিলে (২ৰাজা ২২:১৩; w০০-HI ৯/১৫ ২৯-৩০)
যোচিয়া নম্ৰ আছিল, সেইবাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে (২ৰাজা ২২:১৮-২০; w০০-HI ৯/১৫ ৩০ ¶২)
আমি নম্ৰ হৈ যিহোৱাৰ পৰা পৰামৰ্শ লোৱা উচিত, নিজৰ ভুলবোৰ স্বীকাৰ কৰা উচিত আৰু নিজকে শুধৰণি কৰা উচিত। এনে কৰিলে যিহোৱা আমাৰ পৰা আনন্দিত হʼব আৰু আমাক আশীৰ্বাদ দিব।—যাকো ৪:৬.