জানুৱাৰী ৩০–ফেব্ৰুৱাৰী ৫
১ বংশাৱলি ৭-৯
গীত ৮৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাৰ সহায়ত আপুনি কঠিন কামো কৰিব পাৰে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১বং ৯:৩৩—এই পদৰ পৰা কেনেকৈ জানিব পাৰি যে সত্য উপাসনাত সংগীত অতি গুৰুত্বপূৰ্ণ? (w১০-HI ১২/১৫ ২১ ¶৬)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১বং ৭:১-১৩ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৬)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। তেওঁক শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ২০)
ভাষণ: (৫ মি.) w২১.০৬ ২-৪ ¶৩-৮—বিষয়: বিদ্যাৰ্থীক শিকা কথাবোৰ পালন কৰিবলৈ শিকাওক। (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“সমস্যাৰ সময়ত যিহোৱাই আমাক সহায় কৰে”: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১১৫, ১১৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৫২ আৰু প্ৰাৰ্থনা