জানুৱাৰী ৯-১৫
২ ৰাজাৱলি ২৪-২৫
গীত ৬০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“সময় বহুত কম আছে বুলি সদায় মনত ৰাখক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২ৰাজা ২৪:৩, ৪—এই পদবোৰৰ পৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰি? (w০৫ ৮/১ ১২ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২ৰাজা ২৪:১-১৭ (শিক্ষা অধ্যায় ১১)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: সমাধান কৰা—ৰোম ১২:১৮ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ১৫)
পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আগবঢ়াই নি থাকক। দেখুৱাওক যে ব্যক্তিজনৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। তাৰ পাছত এক অনন্ত জীৱন! ব্ৰচাৰখনৰ পাঠ ০১-ৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১১২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১০২ আৰু প্ৰাৰ্থনা