Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ২০-২৬

১ বংশাৱলি ১৭-১৯

ফেব্ৰুৱাৰী ২০-২৬
  • গীত ১১০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • মনৰ ইচ্ছা পূৰ নহʼলেও আনন্দত থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১বং ১৭:১৬-১৮—দায়ূদৰ নিচিনা আমি কি কথাৰ প্ৰতি বিশ্বাস কৰিব পাৰোঁ? (w২০.০২ ১২, বক্স)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১বং ১৮:১-১৭ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬৪

  • বছেৰেকীয়া সেৱা ৰিপৰ্ট: (১৫ মি.) আলোচনা। শাখা কাৰ্য্যালয়ৰ পৰা অহা ঘোষণা পঢ়ক। তাৰ পাছত উপস্থিত থকা লোকসকলক ২০২২ গোটেই পৃথিৱীত যিহোৱাৰ সাক্ষীসকলৰ বছেৰেকীয়া সেৱা ৰিপৰ্টৰ কিছুমান বিশেষ কথা কʼবলৈ কওক। তাৰ পাছত আগতিয়াকৈ নিৰ্বাচন কৰি ৰখা কেইজনমান প্ৰচাৰকৰ ইন্টাৰভিউ লওক, যিসকলে যোৱা বছৰৰ প্ৰচাৰত কিছুমান ভাল অনুভৱ লাভ কৰিছিল।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০৩

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৯৫ আৰু প্ৰাৰ্থনা