ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
মনৰ ইচ্ছা পূৰ নহʼলেও আনন্দত থাকক
যিহোৱাৰ কাৰণে এখন ধুনীয়া মন্দিৰ বনাবলৈ দায়ূদৰ খুব ইচ্ছা আছিল (১বং ১৭:১, ২; w০৬-HI ৮/১ ১২ ¶১)
যিহোৱাই দায়ূদক কʼলে তেওঁৰ কাৰণে মন্দিৰ বনোৱাজন দায়ূদ নহʼব (১বং ১৭:৪)
যিহোৱাই দায়ূদক যি কাম দিছিল, সেই কামটো তেওঁ মন-প্ৰাণে কৰি থাকিল (১বং ১৭:৭; ১৮:১৪)
বয়স বাঢ়ি যোৱাৰ বাবে, বেমাৰ হোৱাৰ বাবে বা আন কিবা কাৰণৰ বাবে যদি আমি দায়িত্ব লʼব নোৱাৰোঁ, তেনেহʼলে আমি নিৰাশ হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি যি কৰিব পাৰোঁ, সেয়া মন-প্ৰাণে কৰা উচিত।—পাঁচ ১৮:৫; w২১.০৮ ২২-২৩ ¶১১.