ফেব্ৰুৱাৰী ২৭–মাৰ্চ ৫
১ বংশাৱলি ২০-২২
গীত ১৩৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১বং ২১:১৫—এই পদৰ পৰা আমি যিহোৱাৰ বিষয়ে কি জানিব পাৰোঁ? (w০৫ ১০/১ ১১ ¶৬)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১বং ২০:১-৮ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আগবঢ়াই নি থাকক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। তেওঁক সভাৰ নিমন্ত্ৰণ-পত্ৰ দিয়া আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু তাৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১৯)
ভাষণ: (৫ মি.) w১৬.০৩-HI ১০-১১ ¶১০-১৫—বিষয়: কিশোৰ-কিশোৰীসকল, বাপ্তিষ্মাৰ যোগ্য হওক। (শিক্ষা অধ্যায় ১৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিজৰ লʼৰা-ছোৱালীক শিকাওক”: (১০ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০৪
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ২ আৰু প্ৰাৰ্থনা