Skip to content

Skip to table of contents

দায়ূদে চলোমনক কৈ আছে যে তেওঁ মন্দিৰ বনাবলৈ শিল্পী আৰু বস্তুবোৰৰ ব্যৱস্থা কৰিলে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক

ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক

দায়ূদে জানিছিল যে যিহোৱাৰ সহায়ত চলোমনে মন্দিৰ নিৰ্মাণৰ কাম ভালদৰে চোৱা-চিতা কৰিব পাৰিব (১বং ২২:৫; w১৭.০১-HI ২৯ ¶৮)

দায়ূদে চলোমনক যিহোৱাৰ ওপৰত ভৰসা ৰাখি যিকোনো কাম কৰিবলৈ উৎসাহিত কৰিছিল (১বং ২২:১১-১৩)

দায়ূদে চলোমনক সম্পূৰ্ণৰূপে সহযোগ কৰিলে (১বং ২২:১৪-১৬; w১৭.০১-HI ২৯ ¶৭; বেটুপাতত দিয়া ছবিখন চাওক)

নিজকে সোধক: ‘মই মণ্ডলীৰ কিশোৰ-কিশোৰীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, যাতে তেওঁলোকে ভালদৰে যিহোৱাৰ সেৱা কৰিব পাৰে আৰু এই কামৰ পৰা আনন্দ পাব পাৰে?’—w১৮.০৩-HI ১১-১২ ¶১৪-১৫.