ফেব্ৰুৱাৰী ৬-১২
১ বংশাৱলি ১০-১২
গীত ৯৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাৰ উদ্দেশ্য পূৰ কৰাৰ ইচ্ছা বঢ়াওক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১বং ১২:৩৩—জবূলূনৰ ফৈদৰ ৫০,০০০ পুৰুষ কেনেকৈ এক ভাল উদাহৰণ আছিল? (it-১-E ১০৫৮ ¶৫-৬)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১বং ১১:২৬-৪৭ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। তাৰ পাছত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু তাৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ৬)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৯ পৰিচয় আৰু ভাগ ১-৩ (শিক্ষা অধ্যায় ১৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“ঈশ্বৰৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক”: (১০ মি.) আলোচনা আৰু ভিডিঅʼ।
“স্মৰণীয় দিনৰ মাহবোৰৰ বাবে কিছুমান লক্ষ্য ৰাখক”: (৫ মি.) আলোচনা।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০১
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৯৮ আৰু প্ৰাৰ্থনা