ফেব্ৰুৱাৰী ১৩-১৯
১ বংশাৱলি ১৩-১৬
গীত ১২৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“নিৰ্দেশনা মানিলে সফলতা পাব পাৰি”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১বং ১৬:৩১—“যিহোৱাই ৰাজত্ব কৰিছে” বুলি লেবীবিলাকে কিয় গাইছিল? (w১৪-HI ১/১৫ ১০ ¶১৪)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১বং ১৩:১-১৪ (শিক্ষা অধ্যায় ১১)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৮)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আগবঢ়াই নি থাকক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। তেওঁক শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ৭)
ভাষণ: (৫ মি.) w১৬.০১-HI ১৩-১৪ ¶৭-১০—বিষয়: “খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে।”—২কৰি ৫:১৪. (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ বন্ধু হোৱা—সভাবোৰত মনোযোগ দিয়ক: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কিছুমান লʼৰা-ছোৱালীক সোধক: আমি সভাবোৰত কিয় মন দি শুনা উচিত? ইয়াৰ বাবে তুমি কি কৰিব পাৰা?
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৯৪ আৰু প্ৰাৰ্থনা