ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
নিৰ্দেশনা মানিলে সফলতা পাব পাৰি
দায়ূদে নিয়ম-চন্দুক যিৰূচালেমলৈ উভতাই আনিবলৈ বিচাৰিছিল (১বং ১৩:৩)
কিন্তু তেওঁ সফল নহʼল, কাৰণ তেওঁ সঠিক উপায়েৰে চন্দুক অনা নাছিল (১বং ১৫:১৩; w০৩ ৫/১ ১০ ¶১২)
তাৰ পাছত যিহোৱাই ইয়াৰ বিষয়ে কি নিৰ্দেশনা দিছে, তাৰ বিষয়ে দায়ূদে জানিবলৈ চেষ্টা কৰিলে আৰু তেওঁ চন্দুক আনিবলৈ সফল হʼল (১বং ১৫:২; ১৬:১১; w০৩ ৫/১ ১১ ¶১৩)
আমাৰ ভাল উদ্দেশ্য দেখি যিহোৱাৰ বহুত ভাল লাগে। কিন্তু আমি যেতিয়া তেওঁৰ নিৰ্দেশনাবোৰ পালন কৰোঁ, তেতিয়াহে তেওঁ আমাৰ কামৰ পৰা আনন্দিত হয়।—দ্বিতী ৩০:১৬.