ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাৰ উদ্দেশ্য পূৰ কৰাৰ ইচ্ছা বঢ়াওক
চৌলে যিহোৱাৰ আজ্ঞা পালন নকৰিলে, সেইবাবে যিহোৱাই তেওঁক ত্যাগ কৰিলে (১বং ১০:১৩, ১৪)
যিহোৱাই চৌলৰ ঠাইত দায়ূদক ৰজা বাছনি কৰিলে (১বং ১১:৩)
দায়ূদ চৌলৰ নিচিনা নাছিল। দায়ূদে যিহোৱাৰ নিয়ম মানিলে আৰু তেওঁৰ সিদ্ধান্তবোৰ মানি চলিলে (১বং ১১:১৫-১৯; w১২-HI ১১/১৫ ৬ ¶১২-১৩)
দায়ূদে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ উদ্দেশ্য পূৰ কৰিবলৈ বিচাৰিছিল। (গীত ৪০:৮) সঠিক কাম কৰাৰ আমাৰো এনেধৰণৰ ইচ্ছা থকা উচিত। এনে ইচ্ছা আমি কেনেকৈ বঢ়াব পাৰোঁ? আমি বিষয়বোৰ যিহোৱাৰ দৃষ্টিৰে চোৱা উচিত।—গীত ২৫:৪; w১৮.০৬-HI ১৭ ¶৫-৬.