Skip to content

Skip to table of contents

জানুৱাৰী ১-৭

ইয়োব ৩২-৩৩

জানুৱাৰী ১-৭

গীত ১০২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ইলীহূৱে ধ্যান দি ইয়োবৰ কথা শুনি আছে আৰু তেওঁৰ দুখ অনুভৱ কৰিবলৈ চেষ্টা কৰি আছে

১. চিন্তাত থকা ভাই-ভনীসকলক শান্ত্বনা দিয়ক

(১০ মি.)

এজন ভাল বন্ধু হওক (ইয়ো ৩৩:১; it-১-E ৭১০)

আনৰ বিষয়ে ভুল ধাৰণা নাৰাখিব, তাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক (ইয়ো ৩৩:৬, ৭; w১৪-HI ৬/১৫ ২৫ ¶৮-১০)

ইলীহূৰ দৰে আনৰ কথা ধ্যান দি শুনক, তাৰ পাছত ভাবি-চিন্তি কওক (ইয়ো ৩৩:৮-১২, ১৭; w২০.০৩ ২৩ ¶১৭-১৮; বেটুপাতত দিয়া ছবিখন চাওক)

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • ইয়ো ৩৩:২৫—যেতিয়া আমাৰ বয়স বাঢ়িবলৈ ধৰে, তেতিয়া আমি নিজৰ ৰং-ৰূপৰ বিষয়ে বেছিকৈ চিন্তিত হোৱা উচিত নহয় বুলি এই পদৰ পৰা কেনেকৈ বুজিব পাৰোঁ? (w১৩-HI ১/১৫ ১৯ ¶১০)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) ইয়ো ৩২:১-২২ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. লোকসকলৰ বিষয়ে চিন্তা কৰক—যীচুৱে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ১-২ আলোচনা কৰক।

৫. লোকসকলৰ বিষয়ে চিন্তা কৰক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১১৬

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৪৫ আৰু প্ৰাৰ্থনা