Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ৫-১১

গীতমালা ১-৪

ফেব্ৰুৱাৰী ৫-১১

গীত ১৫০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য(১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰক

(১০ মি.)

[গীতমালা কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

এই জগতৰ চৰকাৰবোৰে বহুতো উপায়েৰে দেখুৱালে যে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ শত্ৰু হয় (গীত ২:৩; w২১.০৯ ১৫ ¶৮)

আজি যিহোৱাই সকলো লোককে তেওঁৰ ৰাজ্যৰ নিয়ম পালন কৰিবলৈ আৰু তেওঁক সহযোগ কৰিবলৈ সুযোগ দি আছে (গীত ২:১০-১২)

নিজকে সোধক: ‘ৰাজনৈতিক বিষয়বোৰত নিৰপেক্ষ হৈ থকাৰ বাবে যদিও মই বহুতো সমস্যাৰ সন্মুখীন হʼব লাগিব, তথাপি মই সম্পূৰ্ণৰূপে নিৰপেক্ষ হৈ থাকিবলৈ থিৰাং কৰিছোঁ নে ?‘—w১৬.০৪-HI ২৯-৩০ ¶১১.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১:৪—দুষ্ট লোকসকল “বতাহে উড়াই নিয়া তুঁহৰ নিচিনা” হয় বুলি কিয় কোৱা হৈছে? (it-১-E ৪২৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৩:১–৪:৮ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. স্বাভাৱিকভাৱে কথা পাতক—ফিলিপে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ১-২ আলোচনা কৰক।

৫. স্বাভাৱিকভাৱে কথা পাতক—ফিলিপৰ দৰে আমি কি কৰিব পাৰোঁ?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৩২

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৩৯ আৰু প্ৰাৰ্থনা