Skip to content

Skip to table of contents

ফেব্ৰুৱাৰী ১০-১৬

গীতমালা ১৪৭-১৫০

ফেব্ৰুৱাৰী ১০-১৬

গীত নং ১২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. যিহোৱাৰ প্ৰশংসা কৰাৰ বহুতো কাৰণ আছে

(১০ মি.)

যিহোৱাই আমাৰ সকলোৰে যত্ন লয় (গীত ১৪৭:৩, ৪; w১৭.০৭-HI ১৮ ¶৫-৬)

তেওঁ আমাৰ ভাৱনা বুজি পাই আৰু নিজৰ শক্তি ব্যহাৰ কৰি আমাক সহায় কৰে (গীত ১৪৭:৫; w১৭.০৭-HI ১৮ ¶৭)

তেওঁ আমাক নিজৰ লোকসকলৰ মাজৰ এজন হʼবলৈ সুযোগ দিছে (গীত ১৪৭:১৯, ২০; w১৭.০৭-HI ২১ ¶১৮)


নিজকে সোধক, ‘আৰু কি কি কৰণৰ বাবে মই যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰোঁ?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১৪৮:১, ১০—পৰিভ্ৰমণকাৰী চৰাইবোৰক ধ্যান দিলে আমি কি শিকিব পাৰোঁ? (w২৩.০৩ ১৬ ¶৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৪৮:১–১৪৯:৯ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই জনাই যে তেওঁৰ এটা ডাঙৰ বেমাৰ হৈছে। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। সুযোগ বিচাৰি ব্যক্তিজনক জনাওক যে অলপতে হোৱা সভাৰ পৰা আপুনি কি শিকিলে। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)

৬. ভাষণ

(৫ মি.) w১৯.০৩-HI ১০-১১ ¶৭-১১—বিষয়: যীচুৰ কথা শুনক—শুভবাৰ্তা ঘোষণা কৰক। ছবিও দেখুৱাওক। (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৫৯

৭. বছেৰেকীয়া সেৱা ৰিপৰ্ট

(১৫ মি.) আলোচনা।

এই ৰিপৰ্টত শাখা কাৰ্য্যালয়ৰ পৰা অহা ঘোষণা পঢ়ক। তাৰ পাছত উপস্থিত থকা লোকসকলক ২০২৪ গোটেই পৃথিৱীত যিহোৱাৰ সাক্ষীসকলৰ বছেৰেকীয়া সেৱা ৰিপৰ্টৰ কিছুমান বিশেষ কথা কʼবলৈ কওক। তাৰ পাছত আগতিয়াকৈ বাছনি কৰি ৰখা কেইজনমান প্ৰচাৰকৰ ইন্টাৰভিউ লওক, যিসকলে যোৱা বছৰৰ প্ৰচাৰত কিছুমান ভাল অনুভৱ লাভ কৰিছিল।

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৩৭ আৰু প্ৰাৰ্থনা